পত্নী ভাৰা কৰি দাম্পত্য জীৱন কটাওক


পত্নী ভাৰা কৰি দাম্পত্য জীৱন কটাওক

বিয়াৰনো কথা কোনেনো নাভাবে। সুখৰ এখন সংসাৰ কৰি সুখী পৰিয়াল গঢ়াৰ সকলোৰে আশা আছে। কিন্তু ৰব। এখন গাও আমাৰ দেশতেই আছে যত কোনো পুৰুষে নাৰীক বিয়া কৰি স্থায়ীভাবে দাম্পত্য জীৱন অতিবাহিত কৰিব নোখোজে। তাৰ পৰিবৰ্তে  ভাড়া কৰি দাম্পত্য জীবন কাটায় গাওঁৰ পুৰুষ সকলে ! কি বিষ্ময়কৰ নহয়নে?

মধ্যপ্ৰদেশৰ শিবপুৰি জিলাত আছে এই গাওঁখন । যত দীৰ্ঘদিন ধৰি এনে নিয়ম চলি আহিছে। অবশ্য ইয়াত গাঁওখনৰ কোনোৱে আপত্তি দৰ্শোৱা নাই। 

এই বিষয়টো সিহঁতৰ বাবে হল বৈধ। আচলতে এয়া এক গাঁওবাসীৰ প্ৰথা। এই  প্রথাক সিহতৰ স্থানীয় ভাষাত ‘ধাদিচা’ বোলা হয়।

পত্নী ভাড়া কৰা কামটো সিহঁতৰ গাওঁৰ আইনত বৈধতা দিয়া হৈছে । চৰকাৰী ষ্টেম্পত  চুক্তিপত্র কৰা হয়। উভয় পক্ষই তাত স্বাক্ষৰ কৰে। তাৰ পৰা  চুক্তি কার্যকৰী হয়।

কথাতে কয় নহয়, নানা দেশ  নানা ভেশ। নানা প্ৰথা..